মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

অসমৰ সৈনিক কল্যাণ সঞ্চালকালয়ৰ পৰা বিত্তীয় সাহায্যৰ বাবে আবেদন

নতুন দিল্লীৰ কেন্দ্ৰীয় সৈনিক পৰিষদ আৰু অসম চৰকাৰৰ দ্বাৰা, প্ৰাক্তন চাকৰিয়াল সমাজৰ বাবে বিভিন্ন বিত্তীয় সাহায্য আগবঢ়োৱা হয়।

ৰূপায়িত আঁচনি অনুসৰি আবেদনসমূহ তলত দিয়া ধৰণে প্ৰক্ৰিয়াকৰণ কৰা হয়।

অসম চৰকাৰৰ সৈনিক কল্যাণ বিভাগৰ পৰা বিভিন্ন বিত্তীয় সাহায্যৰ বাবে অফ লাইন আবেদন-পত্ৰ গুৱাহাটীস্থিত অসমৰ সৈনিক কল্যাণ সঞ্চালকায়লৈ জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহৰ জৰিয়তে দাখিল কৰিব লাগিব। (নথিখনত ক্লিক কৰক)