মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

প্ৰাক্তন চাকৰিয়ালসকলৰ বাবে কল্যাণমূলক আঁচনি

  • ক্ৰমিক নংঅনুদানৰ প্ৰকাৰ/আঁচনিপ্ৰত্যেকবিধ অনুদানৰ বাবে পৰিমাণযোগ্যতাৰ চৰ্তাৱলী
    বিদ্যালয়/মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক অনুদান (সাধাৰণ)     চাব-মেজৰ পদবীলৈ ই.এছ.এমৰ বিধৱাসকল/ই.এছ.এম.সকল, বিত্তৰ উপলব্ধতা সাপেক্ষে দুটা সন্তানৰ বাবে প্ৰযোজ্য
    ক. প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ২০০ টকা প্ৰতি মাহ
    খ. একাদশ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ৩০০ টকা প্ৰতি মাহ
    গ. স্নাতক পাঠ্যক্ৰম৪০০ টকা প্ৰতি মাহ
    ঘ. স্নাতকোত্তৰ পাঠ্যক্ৰম      এম.এ./এম.এছ.চি/এম.কম./     এম.টেক)  ১০০০ টকা প্ৰতি মাহ
    উচ্চ শিক্ষাৰ বাবে শৈক্ষিক অনুদান (বৃত্তিমূলক ডিগ্ৰী পাঠ্যক্ৰম)  
    চিকিত্সাবিদ্যা, অভিযান্ত্ৰিক, পশু চিকিত্সা আৰু অন্যান্য ডিগ্ৰী পাঠ্যক্ৰম
              
    ১০০০ টকা প্ৰতি মাহক. ই.এছ.এম/বিধৱাসকলৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে, যদিহে ১০+২ পৰিষদৰ পৰীক্ষাত তেওঁলোকে ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰে।
    খ. পি.এম./আৰ.এম. বৃত্তি আঁচনিৰ অধীনত ঘোষিত সকলো পাঠ্যক্ৰমৰ বাবে যোগ্য
      গ. ১২ মাহ বা ততোধিক কালৰ নাৰ্চিং/অতিথি পৰায়ণতাৰ পাঠ্যক্ৰমৰ বাবে। 
      ঘ. বৃত্তিটো প্ৰথম বাৰ্ষিকৰে পৰা আৰম্ভ হব অৰ্ধাংশত নহয়।
      ঘ. পি.এম/আৰ.এম.ৰ বৃত্তি আঁচনিৰ বাবে ঘোষিত ধৰণেৰে অগ্ৰাধিকাৰ সমূহ দিয়া হব।        
    ৩.একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে গ্ৰন্থ অনুদান  --হাবিলদাৰ বা তাৰ সম-পৰ্যায়ৰ ই.এছ.এমৰ বিধৱাসকল/ই.এছ.এম.সকলৰ ছাত্ৰী শিক্ষাৰ্থীৰ বাবে বিত্তৰ উপলব্ধতা সাপেক্ষে
    ৪.অক্ষম ই.এছ.এম./বিধৱাসকল/ই.এছ.এমৰ নিৰ্ভৰশীলসকলৰ বাবে বৃত্তিমুখী টি.আৰ.জি. অনুদান            
    ক. কিউ.এম.টি. কাৰ্কী/মোহালি ১০০০ টকা প্ৰতি মাহে  ক. অসমৰ সকলো বাসিন্দাৰ বাবে
    খ. আই.টি.আই/অসম আৰ.ই.জি.টি কেন্দ্ৰ/অন্য অনুষ্ঠান ৫০০ টকা প্ৰতি মাহেখ. হাবিলদাৰ পদবী বা তাৰ সম পৰ্যায়লৈ ই.এছ.এমসকলৰ বিধৱাসকলৰ ওপৰত নিৰ্ভৰশীল সকললৈ
    ৫.অন্ত্যেষ্টিক্ৰিয়াৰ ব্যয় (এককালীন সাহায্য)৮০০০ টকা    ক. সকলো পদবীৰ ই.এছ.এম.ৰ বাবে
      খ. তলত দিয়া ধৰণে সংশ্লিষ্ট ২৫ডব্লিউ.অ.সমূহৰ দ্বাৰা মৃত ই.এছ.এমজনৰ এন.অ.কে.লৈ অনুদান প্ৰদান কৰা হব।
    ১.  খবৰ প্ৰাপ্তিৰ লগে লগে ৪০০০ টকা মোকলাই দিব লাগিব।
      ২.  বৈধ নথি-পত্ৰ লাভ কৰাৰ পাছত বাকী ধনৰাশি মোকলাই দিয়া হব।  
    ৬.বিবাহৰ অনুদানক. ২০০০০ টকা অ-পেন্সনাৰসকলৰ বিধৱাৰ জীয়ৰী বা সকলো পদবীৰ অনাথ জীয়ৰীৰ বাবে  
    খ. ৫০০০ টকা  এন.কে. বা সম-পৰ্যায়ৰ পদবীলৈ বিধৱাসকলৰ জীয়ৰীৰ বাবে  
    গ. ৪০০০ টকাহাবিলদাৰ বা সম-পৰ্যায়ৰ পদবীলৈ ই.এছ.এম.ৰ জীয়ৰীসকলৰ বাবে
    ৭.দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰবীণসকল আৰু বিধৱাসকললৈ বিত্তীয় সাহায্য  ৬০০০ টকা প্ৰতি মাহেবাৰ্ষিকভাৱে অনুদান আগবঢ়োৱা হব 
    ৮.দ্বিতীয় বিশ্বযুদ্ধৰ ১০০ শতাংশ অক্ষম প্ৰবীণসকললৈ সাহায্য  ৫০০ টকা প্ৰতি মাহেবাৰ্ষিকভাৱে অনুদান আগবঢ়োৱা হব. 
    ৯.দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰবীণ যোদ্ধাৰ ৮০ শতাংশৰ পৰা ১০০ শতাংশ অক্ষম বিধৱালৈ সাহায্য  ৫০০ টকা প্ৰতি মাহেবাৰ্ষিকভাৱে অনুদান আগবঢ়োৱা হব 
    ১০.এজন অবিবাহিত আঘাতপৰাপ্ত সৈনিকৰ ৭০ বছৰৰ অধিক বয়সীয়া বিধৱা মাতৃলৈ বিত্তীয় সাহায্য৪০০ টকা প্ৰতি মাহেহাবিলদাৰ/সম পৰ্যায়ৰ পদবীলৈ (অনিৰ্দিষ্ট/স্বাধীন পৰিয়াল পেন্সনধাৰীসকলৰ বাবে কেৱল 
    ১১.১০০ শতাংশ অন্ধ আৰু শাৰিৰীকভাৱে অক্ষম ই.এছ.এম আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকললৈ সেৱকৰ ভাট্টা  ১০০০ প্ৰতি মাহেক. সকলো পদবীধাৰীলৈ   (b)  ক. সকলো পদবীধাৰীলৈ খ. বৈধ চিকিত্সা সম্পৰ্কীয় নথি-পত্ৰ দাখিলৰ পাছত পৃথক পৃথক ভিত্তিত হাবিলদাৰ বা সমপৰ্যায়ৰ ই.এছ.এম.ৰ ওপৰত নিৰ্ভৰশীল/ই.এছ.এমসকললৈ এককালীন সহায্য।  
    ১২.সৈনিক বিদ্যালয়ত যোগদান দিয়া ছাত্ৰসকলৰ বাবে ৰাজসাহায্য            
    ক. নামভৰ্তিৰ সময়ত      (১) ৩০,০০০ টকা    ক. হাবিলদাৰ/সম পৰ্যায়ৰ পদবীধাৰী আৰু পেন্সনাৰ ই.এছ.এম.সকলৰ ওপৰত নিৰ্ভৰশীলসকললৈ    
    (২) ১৫,০০০ টকা  (খ. হাবিলদাৰ/সম পৰ্যায়ৰ ই.এছ.এম.সকলৰ ওপৰত নিৰ্ভৰশীলসকললৈ  
    খ. বাৰ্ষিক অনুদান  ২০,০০০ টকাকিতাপ, লেখন সামগ্ৰী, কাপোৰ আৰু আনুসঙ্গিকৰ বাবে হাবিলদাৰ/সম পৰ্যায়ৰ পদবীলৈ আৰু অ-পেন্সনাৰ সকলৰ বিধৱাৰ ওপৰত নিৰ্ভৰশীলসকললৈ  
    ১৩.সুৰক্ষা বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোগদান কৰা ছাত্ৰসকলৰ বাবে ৰাজসাহায্য     নতুনকৈ যোগ দিয়াসকলৰ বাবে এককালীন সাহাৰ্য  
    (১) ১৫,০০০ টকা   ১. নায়ক বা সমপৰ্যায়ৰ পদবীৰ ই.এছ.এম.সকলৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে
    (২) ৫,০০০ টকা২. হাবিলদাৰ/সম পৰ্যায়ৰ ই.এছ.এম.সকলৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে আৰু পি.বি.অ.আৰৰ সকলো বিধৱাৰ বাবে
    ১৪.চি.বি.এছ.ই আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ১০+২ পৰিষদৰ পৰীক্ষাত ৮৫ শতাংশ ন্যূনতম নম্বৰপ্ৰাপ্ত, ই.এছ.এম.ৰ ওপৰত নিৰ্ভৰশীলক এককালীন সাহায্য (প্ৰথম ১০জনক)  ২৫০০ টকাসকলো শ্ৰেণীৰ বাবে
    ১৫.সুৰক্ষা বিষয়াৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে লিখিত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা কেইগৰাকীক, এছ.এছ.বি. সাক্ষাত্কাৰৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিবলৈ ছাত্ৰসকলক এককালীন সাহায্য  ৪০০০ টকাপি.বি.অ.আৰ.ৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে
    ১৬.চিকিত্সালয়ৰ পৰা অব্যাহতি দিয়াৰ পাছত এবছৰ সময়লৈ কেন্সাৰ আৰু যক্ষ্মা ৰোগীক পশ্চাদ চিকিত্সালয় যত্ন অনুদান  ৫০০ টকা প্ৰতি মাহেহাবিলদাৰ/সম পৰ্যায়ৰ পদবীলৈ ই.এছ.এম.ৰ বিধৱা/ই.এছ.এম.সকল বা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকল (পৰতিটো পৰিয়ালতে সৰ্বাধিক এজন)
    ১৭.চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান ই.এছ.আই/ডি.ই.পি.টি. সমূহত চাকৰিমুখী/ ৰাজ্য নিৰ্দিষ্ট আৰু সংযুক্ত পাঠ্যক্ৰমসমূহত ই.এচ.এম.ৰ পুনৰসংস্থাপন টি.আৰ.জি. (সকলো পেকেজ অন্তৰ্ভুক্ত কৰি)  প্ৰতিজন ছাত্ৰক সৰ্বাধিক ৫০০০ টকাহাবিলদাৰ/সম পৰ্যায়ৰ পদবীলৈ ই.এছ.এম.ক এককালীন সাহায্য। এছ.এম.চি.ৰ সভাপতিয়ে পাঠ্যক্ৰমসমূহ নিৰ্বাচন কৰিব আৰু সহযোগিতা আগবঢ়াব  
    ১৮.দাৰিদ্ৰ্য অনুদানক. ১৫,০০০ টকা                   ক. তলত দিয়া ধৰণে এককালীন সাহায্য আগবঢ়ায় :-
      ১. হাবিলদাৰ/সম পৰ্যায়ৰ পদবীৰ অক্ষম ই.এছ.এম. আৰু বিধৱাৰ বাবে আৰু অনাথসকলৰ বাবে পৃথক পৃথককৈ
      (২. ই.এছ.এম. (নায়ক পদবীলৈ), যাক নিৰুদ্দেশ ঘোষণা কৰা হৈছে আৰু যি পেন্সন বা অন্য অনুদানপ্ৰাপ্ত হোৱা নাই, তেওঁৰ পত্নী/বিধৱা মাতৃৰ বাবে  
    খ. ১০০০ টকাখ. সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা নিৰুদ্দিষ্ট ঘোষিত ই.এছ.এম.ৰ পত্নী/মাতৃৰ বাবে মাহিলী অনুদান হিচাপে বাৰ্ষিক ভিত্তিত মঞ্জুৰীকৃত হবলগীয়া পেন্সন বা অন্যান্য অনুদানৰ প্ৰাপ্তি নোহোৱা সাপেক্ষে  
    ১৯.ই.এছ.এম.ৰ বিধৱাৰ, চি.বি.এছ.ই.ৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা ন্যূনতম ৬০ শতাংশ নম্বৰ প্ৰাপ্ত হৈ উত্তীৰ্ণ হোৱা তিনিগৰাকী কন্যা সন্তানৰ বাবে লেপটপ।  --বিত্তৰ উপলব্ধতা সাপেক্ষে ই.এছ.এমৰ বিধৱাৰ জীয়ৰীলৈ। 
    ২০.অক্ষমসকলৰ বাবে তলত দিয়াসমূহ-:-
      ১. হুইল চেয়াৰ
      ২. আনুসঙ্গিক সামগ্ৰীসমূহৰ সৈতে পানী তোলা পাম্প
      ৩. ১০০ শতাংশ অক্ষম/পক্ষাঘাতগ্ৰস্ত সকলৰ বাবে অভিযোজন সাধ্য বিছনা
      ৪. ক’মাত আচ্ছন্ন ৰোগীৰ বাবে পানী/বতাহৰ গাদী   
    ----পানীৰ পাম্প বহুৱাবলৈ অক্ষমসকলক ২০০০ টকাৰ এককালীন সাহায্যৰ বাবে যোগ্য। লগতে কিছুমান নিৰ্দিষ্ট চৰ্ত সাপেক্ষে তেওঁলোক গৃহ মেৰামতিৰ এককালীন সাহায্যৰ বাবে যোগ্য।   ৫০ শতাংশতকৈ অধিক অক্ষমতাৰ বা তেওঁলোক যাৰ অক্ষমতা ৫০ শতাংশতকৈ কম যদিও যি কোনো ধৰণৰ শাৰিৰীক কাৰ্য কৰিব পৰা অৱস্থাত নাই, তেওঁলোক যোগ্য হব 
    ২১.পশ্চিমীয়া ক’ম’ড আবণ্টন-----১. ৭০ বছৰতকৈ অধিক বয়সৰ সকলো ই.এছ.এম আৰু ই.এছ.এমৰ বিধৱাসকলৰ বাবে
      ২. স্থাপনৰ ব্যয়ৰ বাবে ৩০০০ টকাৰ অতিৰিক্ত অনুদান দিয়া হব
    ২২.ক. বিধৱা/অনাথসকলৰ বাবে অনুদান– :-   ১. ভ্ৰমণ ব্যয়- : প্ৰতিকাৰৰ বাবে সঞ্চালকৰ কাৰ্যালয়ৰ সৈনিক কল্যাণ বিভাগলৈ অভিযোগসমূহৰ ক্ষতিপূৰম দিয়া হব আৰু তেওঁলোকৰ আনুসঙ্গিক ব্যয়সমূহ সামৰি লবলৈ অনুদানৰো অধিকাৰী হব।        ----                      ১.    হাবিলদাৰ/সমপৰ্যায়ৰ পদবীলৈ                
    (খ. নিজা বাসগৃহৰ মেৰামতিৰ বাবে গৃহ মেৰামতি অনুদান৫০০০ টকা২. চিপাহী/সমপৰ্যায়ৰ পদবীধাৰী ই.এছ.এম., অ-পেন্সনাৰ, ই.এছ.এম.ৰ অনাথ জীয়ৰীৰ বাবে।  
    ২৩.কল্যাণমূলক ধৰণৰ সামগ্ৰীসমূহ- :-
    তাঁত আৰু আনুসঙ্গিক সামগ্ৰীসমূহ, সূতা, সিঞ্চন যন্ত্ৰ, কৃষিৰ আহিলাসমূহ, চাইকেল, সৌৰ চাকি, ৬৫ বছৰতকৈ অধিক বয়সৰ বিধৱাৰ বাবে গড় মান আকৃতিৰ ষ্টীলৰ আলমাৰি, পাকঘৰৰ বাচন-বৰ্তন, বিছনাৰ আচ্ছাদন আৰু গাৰুৰ আচ্ছাদন (২টা)ৰে সৈতে গাদী, চিলাই মেচিন, চি.আই. শ্বিট, মিক্সাৰ গ্ৰাইণ্ডাৰ, প্লাষ্টিকৰ চকী আৰু মেজ আৰু কাঠৰ সামগ্ৰী   
       ---------চিপাহী/সমপৰ্যায়ৰ পদবীলৈ আৰু অ-পেন্সনাৰ ই.এছ.এম., ই.এছ.এম. সকলৰ লৰা-ছোৱালী আৰু অনাথ, বিধৱাসকলৰ কল্যাৰ বাবে। অন্য বিভাগসমূহৰ বাবে চৰকাৰৰ দ্বাৰা অনুমোদিত সকলো সামগ্ৰী এই তালিকাত অন্তৰ্ভুক্ত হব. এয়া পৃথক পৃথকভাৱে হব।         
    ২৪.অন্ধ আৰু শাৰিৰীকভাৱে বাধাগ্ৰস্ত ই.এছ.এম. আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকললৈ বিত্তীয় সাহায্য  ১০০০ টকা প্ৰতি মাহেবিত্তৰ উপলব্ধতা সাপেক্ষে নায়ক/সমপৰ্যায়ৰ পদবীলৈ ই.এছ.এম.সকলৰ ওপৰত নিৰ্ভৰশীল সকলৰ বাবে