মই প্ৰৱেশ কৰিছো:

অসম চৰকাৰ সাধাৰণ প্ৰশাসন সৈনিক কল্যান সঞ্চালকালয়

প্ৰাক্তন চাকৰিয়াল সমাবেশ

ৰাজ্যখনৰ প্ৰাক্তন চাকৰিয়াল, যুদ্ধৰ বিধৱা, প্ৰাক্তন চাকৰিয়ালসকলৰ বিধৱা আৰু নিৰ্ভৰশীলসকল আৰু অক্ষম প্ৰাক্তন চাকৰিয়ালসকলৰ লগত তেওঁলোকে সন্মুখীন হৈ থকা বিভিন্ন কঠিনতাসমূহৰ সম্পৰ্কে আলোচনা কৰিবলৈ সমাবেশ অনুষ্ঠিত হয়। এই সমাবেশসমূহ সংশ্লিষ্ট জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহৰ দবাৰা পৰিচালিত হয়। সশস্ত্ৰ বাহিনীৰ গোট আৰু জিলা সৈনিক কল্যাণ কাৰ্যালয়সমূহৰ দ্বাৰা বিভিন্ন জিলাত অনুষ্ঠিত ই.এছ.এম. সমাবেশসমূহৰ সবিশেষ তলত দিয়া ধৰণৰ-

ক. জিলা সৈনিক কল্যাণ কাৰ্যালয়- ৪৭টা
খ. সশস্ত্ৰ বাহিনী গোট – ১৮টা

Ex-Servicemen Rally