| ক্ৰ. নং. | বিষয় | হিতাধিকাৰীৰ সংখ্যা | অনুমোদিত মূল্য(টকা) | মতামত |
|---|---|---|---|---|
| ১ | শিক্ষাগত অনুমোদন(সাধাৰণ) | ৪৩২৩ | ১,৩০,৬০,৬০০.০০ | |
| ২ | শিক্ষাগত অনুমোদন(উচ্চ শিক্ষা) | ৪৮ | ৪,০৩,০০০.০০ | |
| ৩ | নৱীকৰণ শৈক্ষিক অনুদান(উচ্চ শিক্ষা) | ৬২ | ৭,৬৮,০০০.০০ | |
| ৪ | এন.অ.কি. লৈ মৃত্যুবৰণ কৰাপ্ৰাক্তন কৰ্মচাৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুদান | ২০,১৬,০০০.০০ | ||
| ৫ | পক্ষাঘাত হোৱা ৰোগীক আৰ্থিক সাহাৰ্য | ০১ | ১২,০০০.০০ | |
| ৬ | ২য় বিশ্বযুদ্ধৰ ভেটাৰ্ণ/বিধৱাসকললৈ আৰ্থিক সাহাৰ্য | ৩৭ | ২৬,৬৪,০০০.০০ | |
| ৭ | দ্বাদশ চূড়ান্ত পৰীক্ষাৰ শীৰ্ষ দহ গৰাকী শিক্ষাৰ্থীক নগদ পুৰস্কাৰ | ০৪ | ১০,০০০.০০ |